Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ জলা ফল
Example : আঞ্জাখিনি জলা কৰিবৰ কাৰণে আৰু জলকীয়া দিয়া
Synonyms : জালা, ভজলুক, ভোজন-ঠেলা
Meaning : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ জ্বলা ফলৰ গছ
Example : খেতি-পথাৰত কৃষকে জলকীয়া গুটি সিঁচি আছে
Synonyms : জলকীয়া গছ, মৰিচ
Install App