Subscribe
URL of the page has been copied to clipboard.
Meaning : পৃথিৱীৰ যি ভাগত পানী থাকে
Example : পৃথিৱীৰ প্রায় এক তৃতীয়াংশই জলীয় ধৰাতলেৰে আগুৰি আছে
Synonyms : জলীয় ধৰাতল, জলীয়-ধৰাতল
Meaning : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
Example : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
Synonyms : অপ, অম্বু, অম্ভ, উদক, নীৰ, পানী, পয়, বাৰি, সলিল
Install App