Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জমা from অসমীয়া dictionary with examples, synonyms and antonyms.

জমা   ক্ৰিয়া

Meaning : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য

Example : পাহাৰত বৰফ জমিছে

Meaning : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য

Example : ছাদৰ চিৰিত শেলাই জমিছে

জমা   বিশেষণ

Meaning : ৰখা বা জমা কৰা হোৱা

Example : জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়

Synonyms : জমাকৃত

Meaning : ৰাখি থোৱা

Example : দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে

Meaning : একে ঠাইতে গোটোৱা বা একেলগ কৰা

Example : এই বছৰ স্নান-মেলাত একত্রিত হোৱা মানুহৰ মাজত খুউব হুলস্থূল হৈছিল

Synonyms : একত্র, একত্রিত