Subscribe
URL of the page has been copied to clipboard.
Meaning : কোৱা কথা
Example : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
Synonyms : উক্তি, কথন, কোৱা, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
Meaning : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য
Example : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে
Synonyms : কথা, বচন
Install App