Subscribe
URL of the page has been copied to clipboard.
Meaning : বাঁহ বা পাতল কামিৰে সজা সৰু, গোলাকাৰ গোটোঙা পাত্র
Example : তেওঁ মূৰৰ ওপৰত পাচি লৈ পাচলি বেচি আছে
Synonyms : টুকুৰী, পাচি, হোৰা
Meaning : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
Example : এই বাকচটো কাপোৰেৰে ভৰি আছে
Synonyms : চন্দুক, পেৰা, বক্স, বাকচ, বৰপেৰা
Meaning : কাপোৰ, কাগজ আদিক ্ভাঁজ কৰি ৰখা কার্য
Example : তেওঁ ্ভালদৰে কাপোৰ জাপে
Synonyms : সামৰা
Meaning : কাপোৰ, কাগজ আদিৰ তৰপ কৰা কার্য
Example : শুই উঠিয়েই তেওঁ নিজৰ বিচনা চাদৰখন জাপিলে
Synonyms : ভাঁজ কৰা
Install App