Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জনা from অসমীয়া dictionary with examples, synonyms and antonyms.

জনা   বিশেষ্য

Meaning : জনাৰ কার্য

Example : নতুন আৱিস্কাৰবোৰৰ বোধগম্যতাৰ প্রয়োজন

Synonyms : বুজা, বোধগম্যতা

জনা   ক্ৰিয়া

Meaning : অভিজ্ঞ বা পৰিচিত হোৱা

Example : সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে

Synonyms : জ্ঞাত হোৱা, জ্ঞান হোৱা

Meaning : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা

Example : মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ

Synonyms : চিনি পোৱা

Meaning : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা

Example : মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ

Synonyms : চিনি পোৱা

Meaning : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা

Example : মই বোৱা-কটা জানো

Meaning : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা

Example : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ

Synonyms : বুজি পোৱা

Meaning : কিহবাৰ স্বভাৱ বা গুণ আদি জনা

Example : মই তেওঁক বুজিব পৰা নাই

Synonyms : বুজা, বুজি পোৱা