Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জনপ্রবাদ from অসমীয়া dictionary with examples, synonyms and antonyms.

জনপ্রবাদ   বিশেষ্য

Meaning : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

Example : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

Synonyms : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ

Meaning : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে

Example : এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে

Synonyms : কিম্বদন্তী, লোককথা, লোকপ্রবাদ

Meaning : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

Example : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

Synonyms : জনশ্রুতি, লোক-কথা, লোকোক্তি