Subscribe
URL of the page has been copied to clipboard.
Meaning : এক প্রকাৰ স্তন্যপায়ী সামুদ্রিক জীৱ
Example : সাগৰৰ পাৰত এটা ছীল মৰি আছিল
Meaning : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
Example : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
Synonyms : ষ্টাম্প, ষ্টেম্প
Meaning : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
Example : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
Synonyms : মোহৰ, ষ্টাম্প
Install App