Meaning : ইফাল-সিফাল
Example :
পুলিচে কন্দুৱাগেছ এৰাৰ লগে-লগে ভীৰ কৰা জনতা ছিন্ন-ভিন্ন হৈ পৰিল
Meaning : যিটো ইফালে-সিফালে সিঁচৰতি হৈ আছে
Example :
ছেদেলি-ভেদেলি হৈ থকা মানুহবোৰক শ্রেণীবদ্ধ হʼবলৈ কোৱা হʼল
Synonyms : ছেদেলি-ভেদেলি