Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চৰ-চৰণি from অসমীয়া dictionary with examples, synonyms and antonyms.

চৰ-চৰণি   বিশেষ্য

Meaning : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ

Example : ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে

Synonyms : চৰচৰণি

Meaning : চৰ-চৰাই হোৱা শ্্ব্দ

Example : খাটিয়াৰ চৰ-চৰ শ্্ব্দ শুনি কেঁচুৱাটোৱে চক খালে

Synonyms : চৰ-চৰ