Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চৰোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

চৰোৱা   ক্ৰিয়া

Meaning : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা

Example : তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে

Meaning : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

Example : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

Synonyms : চৰা

Meaning : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

Example : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

Synonyms : টনা

Meaning : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা

Example : ঢোলবাদকে ঢোল চৰাইছে

Meaning : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

Example : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

Synonyms : অভিলেপ কৰা, লগোৱা