Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চৰিত্র from অসমীয়া dictionary with examples, synonyms and antonyms.

চৰিত্র   বিশেষ্য

Meaning : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

Example :

Synonyms : অভ্যাস, আত্মভাব, গুণ, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

Meaning : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে

Example : নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে

Synonyms : পাত্র

Meaning : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়

Example : চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে

Meaning : নাৰীৰ আব-হাৱা

Example : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

Synonyms : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন

Meaning : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

Example : তেওঁ ্ লাজুক স্বভাৱৰ

Synonyms : প্রকৃতি, মেজাজ, স্বভাৱ, স্বৰূপ

Meaning : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

Example : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

Synonyms : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র