Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
Example : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
Synonyms : চৰোৱা
Meaning : স্বৰ তীব্র হোৱা
Example : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে
Synonyms : ওপৰত উঠা
Meaning : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য
Example : গাইজনী পথাৰত চৰি আছে
Meaning : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
Example : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
Synonyms : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ
Install App