Meaning : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
Example :
শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
Synonyms : চৰচৰ কৰি ভঙা
Meaning : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
Example :
মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
Synonyms : চৰ-চৰোৱা
Meaning : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
Example :
গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে