Meaning : চোৱাজিলেণ্ডৰ ভাষা
Example :
চোৱাজি জুলুৰ লগত মিল থকা বান্টু পৰিয়ালৰ ভাষা
Synonyms : চোৱাজি ভাষা
Meaning : চোৱাজিলেণ্ডৰ নিবাসী
Example :
হেৰোৱা চোৱাজিজনৰ অনুসন্ধানত তেওঁ ্ইয়ালৈ আহিছে
Synonyms : চোৱাজিলেণ্ড বাসী, চোৱাজিলেণ্ড-বাসী, চোৱাজিলেণ্ডবাসী