Subscribe
URL of the page has been copied to clipboard.
Meaning : পূর্ণ যতিতকৈ অলপ কম বিৰাম সূচোৱা একপ্রকাৰৰ যতি চিহ্ন
Example : এই বাক্যটোত আৰু-ৰ সলনি চেমি-কোলন হোৱা উচিত
Synonyms : চেমি-কলন, চেমিকলন
Meaning : পূর্ণ যতি চিনৰ আধা সূচোৱা বিৰাম চিহ্ন
Example : যʼত চেমি-কোলন দিব লাগে, তাত আপুনি পূর্ণ-যতি চিন দিছে
Synonyms : চেমি কোলন
Install App