Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চেপা from অসমীয়া dictionary with examples, synonyms and antonyms.

চেপা   ক্ৰিয়া

Meaning : গধুৰ বস্তুৰ তলত অহা

Example : শিলে লʼৰাটোৰ হাতখন চেপিলে

Meaning : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য

Example : মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে

Meaning : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

Example : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

Synonyms : চেপি ধৰা

Meaning : গাড়ী আদিৰ তলত পৰি মৰি যোৱা

Example : কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে

Meaning : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য

Example : তেওঁ ্ চাদৰখন চেপিছে

Synonyms : আটি দিয়া

চেপা   বিশেষণ

Meaning : হেঁ্চা মাৰি চেপি বা আঁটি থোৱা

Example : ৰঞ্জনাই চেপা কাপোৰখিনি শুকুৱাই আছে

Meaning : দীঘ আৰু প্রস্থত কম

Example : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

Synonyms : ঠেক, সৰু