Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চেক from অসমীয়া dictionary with examples, synonyms and antonyms.

চেক   বিশেষ্য

Meaning : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

Example : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

Meaning : মধ্য ইউৰোপৰ এখন দেশ

Example : চেকৰ ৰাজধানী প্রাগ

Synonyms : চেক গণৰাজ্য

Meaning : চেক দেশৰ অধিবাসী

Example : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

Synonyms : চেকবাসী

Meaning : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

Example :

Synonyms : চেকা, দাগ, দাগী, ধাব্বা, নিচান

Meaning : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

Example : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

Synonyms : ধনাদেশ

Meaning : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

Example : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

Synonyms : কিস্তিমাত

Meaning : চেকবাসীয়ে কোৱা ভাষা

Example : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

Synonyms : চেকভাষা

চেক   বিশেষণ

Meaning : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

Example : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

Synonyms : চেকভাষা

Meaning : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

Example : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল