Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰে নিজৰ কোনো অংগত লগোৱা কার্য
Example : শ্যামে সদায় নিজৰ মা-দেউতাৰ চৰণ স্পর্শ কৰে
Synonyms : স্পর্শ ্কৰা
Meaning : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ
Example : এৰেহা খাদ্য খাব নালাগে
Synonyms : উচ্ছিষ্ট, এৰেহা, জোঠা
Install App