Subscribe
URL of the page has been copied to clipboard.
Meaning : কিনা-বেচা বা লেন-দেনৰ কথা-বতৰা বা ব্যৱহাৰ
Example : দৰ-দাম নকৰাকৈ কোনো বস্তু কিনা উচিত নহয়
Synonyms : দৰ-দাম
Meaning : এতিয়াৰ পৰা আমি নিজৰ মাজত কেতিয়াও যুদ্ধ নকৰো আৰু মিত্রভাৱে থাকিম অথবা ঠাইভেদে নির্দিষ্ট নিয়ম মানি চলিম বুলি ৰাজ্য, দল আদিৰ মাজত হোৱা নিশ্চিতি:আভ্যন্তৰীণ কার্যত হস্তক্ষেপ নকৰো বুলি দুয়োখন ৰাজ্যৰ মাজত সন্ধি হʼল
Example :
Synonyms : বুজাপৰা, সন্ধি
Install App