Subscribe
URL of the page has been copied to clipboard.
Meaning : মিহি সূতাৰ সহায়ত আকাশত উৰাব পৰা এক ধৰণৰ খেলনা
Example : লʼৰা-ছোৱালীবোৰে খেলপথাৰত চিলা উৰাই আছে
Meaning : আকাৰত সৰু শেন জাতীয় এবিধ চৰাই
Example : চিলনী এবিধ চিকাৰী চৰাই
Synonyms : চিলনী
Install App