Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
Example : এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
Synonyms : ভবা, ভাবি থকা
Meaning : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা
Example : সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
Synonyms : ভাবি থকা
Install App