Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চিনা-জনা from অসমীয়া dictionary with examples, synonyms and antonyms.

চিনা-জনা   বিশেষ্য

Meaning : কাৰোবাৰ সৈতে চিনাকি হোৱা অৱস্থা বা ভাব

Example : শ্যামৰ ডাঙৰ ডাঙৰ লোকৰ সৈতে চিনা-পৰিচয় আছে

Synonyms : চিনা-পৰিচয়

চিনা-জনা   বিশেষণ

Meaning : যিটো জনা বা চিনাকি

Example : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে

Synonyms : চা-চিনাকি, জনা-শুনা, জনাশুনা, পৰিচিত