Meaning : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে
Example :
তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে
Meaning : বিচলিত নোহোৱাকৈ
Example :
তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
Synonyms : পোনপটীয়াকৈ
Meaning : মধ্যস্থতা নোহোৱাকৈ
Example :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
Synonyms : পোনপটীয়াকৈ, পোনে-পোনে