Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চিত্র from অসমীয়া dictionary with examples, synonyms and antonyms.

চিত্র   বিশেষ্য

Meaning : ৰং আৰু ৰেখাৰে অঁ্কা কোনো বস্তু আদিৰ ্ দর্শনীয় ৰূপ

Example : কলা নিকেতনত মকবুল ফিদা হুছেইনৰ চিত্র ্ প্রদর্শনী হৈ আছে

Synonyms : ছবি, পেইণ্টিং

Meaning : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি

Example : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে

Synonyms : ছবি, ফটো

Meaning : কোনো বস্তুৰ যি প্রতিকৃতিক কোনো কথন, বিবেচন, বিবৰণ আদিক স্পষ্ট কৰিবৰ বাবে উপস্থাপিত কৰা হয়

Example : চিত্রৰ সহায়ত পঢ়ালে শিশুৰ সহজে বোধগম্য হয়

Synonyms : ছবি