Meaning : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
Example :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
Synonyms : চাহ গছ, চাহপাত, চাহপাতৰ গছ
Meaning : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ
Example :
মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়
Meaning : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
Example :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
Synonyms : চাহপাত