Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
Example : এইখন বিয়াৰ ৰভা
Synonyms : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
Meaning : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
Example : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
Synonyms : চাল
Meaning : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
Example : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
Synonyms : সৰ
Install App