Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
Example : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
Synonyms : চিন, চিহ্ন, নিচান
Meaning : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
Example : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
Synonyms : শক্তি
Meaning : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
Example : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
Install App