Meaning : স্ত্রীৰ উৰা বস্ত্র বা চাদৰ
Example :
শশুৰেকৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁ ্ৰঙা ওৰণি লৈ আছিল
Synonyms : ওৰণি, ওৰণি লোৱা চাদৰ
Meaning : বহলাই পাৰিব পৰা বা পিন্ধা-উৰা কৰিব পৰা দীঘল আৰু বহল কাপোৰ
Example :
তেওঁ ্ বজাৰৰ পৰা এখন নতুন চাদৰ কিনি আনিলে