Meaning : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
Example :
বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
Synonyms : বগা
Meaning : পৰিধান নকৰা (কাপোৰ)
Example :
মোৰ আইতাই চাদা শাৰী কেতিয়াও নিপিন্ধিছিল
Meaning : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
Example :
তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
Synonyms : উকা