Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম চলিত অৱস্থাত ৰখা
Example : তেওঁ মুম্বাইত এখন দোকান চলায়
Meaning : গতিত অনা বা গতিশীল কৰা
Example : তেওঁ বন্ধ হৈ ্থকা যন্ত্রটো চলালে
Synonyms : চালিত কৰা, চালু কৰা
Meaning : ব্যৱহাৰ বা আচৰণত অনা
Example : চৰকাৰে দেশৰ উন্নতিৰ প্রতি লক্ষ্য ৰাখি বিশখন বিশেষ আঁচনি চলাইছে
Install App