Subscribe
URL of the page has been copied to clipboard.
Meaning : যি চলি আছে বা যাক চলাই থকা হৈছে
Example : এতিয়া আমি এই চালিত যন্ত্রটো বন্ধ কৰা উচিত
Synonyms : চলন্ত, চালিত, পৰিচালিত
Meaning : যাৰ গতি আছে বা যি চলিব পাৰে
Example : যন্ত্র গতিশীল অৱস্থাত আছে
Synonyms : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলিষ্ণু, চালু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
Meaning : যাৰ পৰা কোনো প্রকাৰে কাম চলাব পৰা যায়
Example : এই যন্ত্রটো মই চলমান কৰি তুলিলোঁ
Synonyms : কাম-চালু
Meaning : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
Example : গহনা, কাপোৰ আদি জংগম সম্পত্তি
Synonyms : জংগম, জঙ্গম
Install App