Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চম্ভালা from অসমীয়া dictionary with examples, synonyms and antonyms.

চম্ভালা   ক্ৰিয়া

Meaning : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

Example : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

Synonyms : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

Meaning : কোনো কাম আদিৰ দায়িত্ব লোৱা

Example : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

Meaning : ৰোধ কৰি বশত অনা

Example : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

Meaning : কোনো মনোবেগক বাধা দিয়া

Example : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

Meaning : কোনো বস্তু ভালে আছে নে নাই চোৱা

Example : নিজৰ কাপোৰ চম্ভালা