Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
Example : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
Synonyms : অবাক, আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, বিচূর্ত্তি, বিস্ময়
Meaning : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
Example : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
Synonyms : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমৎকাৰ, তবধ, বিস্ময়
Meaning : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
Example : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
Synonyms : আভা, উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
Install App