Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চনপৰা মাটি from অসমীয়া dictionary with examples, synonyms and antonyms.

চনপৰা মাটি   বিশেষ্য

Meaning : খেতিৰ অনুপযোগী আৰু অধিক পৰিমাণে খাৰ থকা মাটি

Example : বহুদিন ধৰি খেতি নকৰাৰ ফলত এই মাটিখিনি অসাৰুৱা হৈ পৰিল

Synonyms : অসাৰুৱা, অসাৰুৱা মাটি, উখৰ ভূমি, উখৰ মাটি, ছন মাটি, পতিত মাটি