Meaning : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
Example :
Synonyms : অক্ষিগোল, অক্ষিতাৰকা, নেত্রতাৰকা, নয়নতৰা, নয়নমণি, মণি
Meaning : চকুৰ আইৰিছৰ মাজত থকা ছিদ্র
Example :
চকুৰ মণি ক্ষতিগ্রস্ত হʼলে মানুহ অন্ধ হৈ যায়