Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word চʼৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

চʼৰা   বিশেষ্য

Meaning : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

Example : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

Synonyms : চʼৰা ঘৰ, চʼৰাঘৰ, ড্রইং ৰুম, বহা কোঠা, বৈঠকখানা