Meaning : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
Example :
এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
Meaning : ৰেখা আদিৰে ঘেৰি থকা স্থান
Example :
তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
Meaning : নিজৰ দেশ
Example :
আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
Synonyms : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
Meaning : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
Example :
তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে