Meaning : যিয়ে দিয়াজনক পুনৰাই দিছে
Example :
ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
Synonyms : পৰিশোধ কৰা
Meaning : ওলোটাই দিয়া
Example :
দোকানীয়ে ঘূৰাই দিয়া সামগ্রী ৰাখিবলৈ অস্বীকাৰ কৰিলে
Synonyms : ফিৰোৱা