Meaning : নাৰীয়ে ককালত মেৰিয়াই পিন্ধা ঘূৰণীয়া আৰু ভাঁজ দিয়া সাজ
Example :
ঘাঘৰাই ককালৰ পৰা গোৰোহালৈকে ঢাকি ৰাখে
Synonyms : ঘাগৰা
Meaning : ঘাগৰা, পায়জামা আদি বান্ধিবৰ কাৰণে সূতাৰে বনাই লোৱা এক ধৰণৰ ৰছী
Example :
ঘাঘড়াত গাঁঠিলগাৰ কাৰণে তাক কাটিবলগীয়া হʼল
Synonyms : কমৰবান্ধনি, ঘাঘড়া