Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঘনঘোৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ঘনঘোৰ   বিশেষ্য

Meaning : আকাশত চাৰিওফালৰ পৰা ঘেৰি ধৰা কʼলা ডাৱৰৰ সমষ্টি

Example : আকাশত কʼলীয়া মেঘে ছানি ধৰিছে

Synonyms : কʼলীয়া ডাৱৰ, কʼলীয়া মেঘ, ঘনঘটা, মেঘাগম, মেঘাড়ম্বৰ