Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ পৰা কিবা লোৱা কার্য
Example : ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
Synonyms : লোৱা-
Meaning : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
Example :
Synonyms : গ্রাস
Meaning : নিজৰ কৰা বা গ্রহণ কৰা কার্য
Example : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
Synonyms : মঞ্জুৰ, স্বীকাৰ
Install App