Subscribe
URL of the page has been copied to clipboard.
Meaning : মহত্ত্ব বঢ়াৰ ভাব
Example : দেশৰ গৌৰৱ দেশবাসীৰ হাততে আছে
Synonyms : গৰিমা, মর্যাদা, মহিমা, মাহাত্ম্য
Meaning : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
Example : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
Synonyms : গৰিমা, মহত্ত্ব, মাহাত্ম্য, মূল্য
Install App