Subscribe
URL of the page has been copied to clipboard.
Meaning : গায়, মʼহ আদিৰ মল বা বিষ্ঠা
Example : তেওঁ ্গোবৰেৰে ভৰাঁল লিচি আছে
Meaning : গৰুৰ মল বা বিষ্ঠা
Example : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়
Synonyms : গো-পুৰীষ, গো-বিষ্ঠা, গোমল, গোময়, সাৰ
Meaning : ঘোঁৰা, গাধ, উট, হাতী আদি পশুৰ মল
Example : গোবৰৰ পৰা জৈৱক সাৰ প্রস্তুত কৰিব পাৰি
Install App