Subscribe
URL of the page has been copied to clipboard.
Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
Synonyms : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
Meaning : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব
Example : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে
Meaning : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
Example : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
Synonyms : দʼম, সমষ্টি, সমূহ, ৰাশি
Meaning : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
Example : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
Synonyms : বর্গ, শ্রেণী
Install App