Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰছী আদিত থকা পাক
Example : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়
Synonyms : পাক, মেৰ
Meaning : গোঁঠিলে পোৱা আকৃতি
Example : চুৱেটাৰৰ জালযুক্ত গোঁঠনিক ্তেওঁ পচন্দ কৰিলে
Meaning : বোৱা বা গোঁঠা কার্য
Example : মালতীৰ চুৱেটাৰৰ গোঁঠনি ভাল
Synonyms : বোৱন
Install App