Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গেছ from অসমীয়া dictionary with examples, synonyms and antonyms.

গেছ   বিশেষ্য

Meaning : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ

Example : চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়

Synonyms : ৰন্ধন গেছ

Meaning : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু

Example : পেটত অধিক অম্লতাৰ বাবে গেছ হয়

Meaning : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়

Example : বায়ু গেছৰ মিশ্রণ

Meaning : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ

Example : গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়