Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো পদার্থ আদিৰ ভগা বা পিচা সূক্ষ্ম টুকুৰা
Example : নিমগছৰ পাত শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি ্ ঘাঁ আদিত লগোৱা হয়
Synonyms : গুড়ি, চূর্ণ, ্ পাউদাৰ
Meaning : কোনো বস্তু খান্দিলে বা কাটিলে ওলোৱা অৱশিষ্ট অংশ বা চূর্ণ
Example : কাঠৰ গুৰিবোৰ চৌকাত জুই লগোৱাৰ কামত আহে
Meaning : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
Example : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
Synonyms : উঁহ, বুনিয়াদ, ভেটি
Install App