Meaning : কাৰোবাৰ ঘৰৰ পিছৰফালে থকা গুপ্ত দুৱাৰ
Example :
পুলিচ অহাৰ খবৰ শুনিয়েই মনোহৰ গুপ্ত দুৱাৰেদি ওলায় গʼল
Synonyms : পিছ দুৱাৰ
Meaning : মহল আদিত সজা অসার্বজনিক দুৱাৰ, যাৰ বিষয়ে তাত থকা লোকহে জানে
Example :
শত্রুৱে গুপ্ত দুৱাৰৰ সম্ভেদ পালে আৰু সেই পথেৰে তেওঁলোকে মহলত প্রবেশ কৰিলে
Synonyms : গুপ্ত দ্বাৰ, গোপন দর্জা, গোপন দুৱাৰ, গোপন দ্বাৰ