Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word গুপ্তচৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

গুপ্তচৰ   বিশেষ্য

Meaning : কোনো ভিতৰুৱা ৰহস্য জানোঁতা

Example : গুপ্তচৰে গোটেই ৰহস্যটোৰ ভেদ ভাঙিলে

Synonyms : চি আই ডি, চৰিয়া, ৰিপুৱা

Meaning : গুপ্তভাৱে কোনো কথাৰ সম্ভেদ লোৱাজন

Example : চোৰাংচোৱাৰ পৰা খবৰ পোৱাৰ পিছত পুলিচে তালাচী চলায় নকল নোট চপোৱা দল এটাক ধৰিলে

Synonyms : চোৰাংচোৱা, চৰীয়া